২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঠশালাত পথ দুৰ্ঘটনা

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাৰ গাফিলতিৰ বাবে দৈনিক সংঘটিত হৈ আহিছে দুৰ্ঘটনা। কোনো ধৰণৰ গতিৰোধক ব্যৱস্থা নথকাৰ অভিযোগ একাংশৰ।

author-image
Asomiya Pratidin
New Update
436
  • ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঠশালাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।
  • এ এছ ০১ ই এফ ১৪৫৫ নম্বৰৰ ভেনু বাহনখনত সংঘটিত হয় দুৰ্ঘটনা।
  • উক্ত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।
  • গুৱাহাটীৰ পৰা বৰপেটাৰোড অভিমুখে গৈ আছিল বাহনখন।
  • এই ঘটনাত চালক জন আঘাতপ্ৰাপ্ত হয়।
  • ইতিমধ্যে তেওঁক স্থানীয় মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
  • দৈৱ ক্ৰমে প্ৰাণ ৰক্ষা এগৰাকী আৰোহীৰ।
  • ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাৰ গাফিলতিৰ বাবে দৈনিক সংঘটিত হৈ আহিছে দুৰ্ঘটনা।
  • কোনো ধৰণৰ গতিৰোধক ব্যৱস্থা নথকাৰ অভিযোগ একাংশৰ।
  • নাই কোনো ধৰণৰ সংকেত চিহ্ন।
পাঠশালা