/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-2-300x188-1.jpg)
dangor khabar dangor khabar
-
ৰাজ্যত পুনৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ।
-
তেজপুৰ মিছন চাৰিআলিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
-
পথ দুৰ্ঘটনাত নিহত হৈছে এজন।
-
মালবাহী ট্রাকে মহটিয়াই নিলে এগৰাকী চাইকেল আৰোহীক।
-
থিতাতে নিহত চাইকেল আৰোহীজন।
-
নিহত যুৱকজন উৎপল বৰা বুলি চিনাক্ত।
-
নিহত উৎপলৰ ঘৰ তেজপুৰ দিহিঙীয়া চুবুৰীত।