পথ অৱৰোধক কেন্দ্ৰ কৰি ছিপাঝাৰত পথ অৱৰোধঃ উত্তেজিত ৰাইজে ভাঙিলে বাছ...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছিপাঝাৰত সংঘটিত হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি। ছিপাঝাৰৰ শিঙিমাৰীত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত নিহত হৈছিল এজন বাইক আৰোহী।

Advertisment

জানিব পৰা মতে গুৱাহাটী অভিমুখী এখ বাছৰ খুন্দাত নিহত হৈছিল বাইক আৰোহীগৰাকী। নিহত বাইক আৰোহীগৰাকীৰ নাম টিকেন বৰুৱা।দুৰ্ঘটনাত টিকেন বৰুৱাৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰাৰ লগতে পৰৱৰ্তী সময়ত বাছখন ভাঙি লণ্ডভণ্ড কৰে।

ইয়াৰোপৰি উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে।

sipajhar road accident