পথ দুৰ্ঘটনাত নিহত ছাত্ৰ...

পথ দুৰ্ঘটনাত নিহত ছাত্ৰ...

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত নিহত ছাত্ৰ...

পথ দুৰ্ঘটনাত নিহত ছাত্ৰ...

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাবে আহত হ’ল আন এজন ছাত্ৰ ৷

Advertisment

নিহত ছাত্ৰজনৰ নাম গোপাল শইকীয়া বুলি জানিব পৰা গৈছে ৷ গোলাপ শইকীয়াৰ ঘৰ ফুলগুৰিত ৷ আনজন আহত ছাত্ৰৰ নাম হৈছে মানবেন্দ্ৰ নাথ ৷

বেবেজীয়াৰ জামুগুৰিৰ মানবেন্দ্ৰ নাথ নামৰ গুৰুতৰভাবে আহত ছাত্ৰ জনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে গুৱাহাটীলৈ ৷

নগাঁৱৰ কলং কপিলী জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল দুয়োজন ৷ কলেজত ক্লাছ কৰি মটৰচাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত বৰভেটিত ই-ৰিক্সা আৰু এখন ঠেলাত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

ক্লিক কৰি পঢ়কঃ অসমতো বিশ্বকাপৰ মেচ ! তাৰ পূৰ্বে সফল কৰক ১০ জানুৱাৰীৰ ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ

পথ দুৰ্ঘটনা নগাওঁ