/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b61d0b20-72b4-49ff-86f0-9cdf7fb651f0/kerala_06.jpg)
kerala
-
আন এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।
-
এই দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ পালাক্কাড জিলাত।
-
জিলাখনৰ ভাদাক্কানচেৰীত সংঘটিক হোৱা দুৰ্ঘটনাটোত মৃত্যু হৈছে ৯ জন লোকৰ।
-
এখন পৰ্যটক কঢ়িয়াই নিয়া বাছ আৰু কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।
-
নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী শিক্ষাৰ্থী আৰু এজন শিক্ষক।