এম. বি ইটা ভাটাৰ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত কিশোৰ...

জাগীৰোড থানাৰ অন্তৰ্গত হাৰিয়াপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এম. বি ইটা ভাটাৰ ডাম্পাৰৰ খুন্দাত এটা ১৪ বছৰীয়া কিশোৰ থিতাতে নিহত। নিহত কিশোৰ জনৰ নাম নাজমুল হক।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • জাগীৰোড থানাৰ অন্তৰ্গত হাৰিয়াপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এম. বি ইটা ভাটাৰ ডাম্পাৰৰ খুন্দাত এটা ১৪ বছৰীয়া কিশোৰ থিতাতে নিহত।
  • নিহত কিশোৰ জনৰ নাম নাজমুল হক।
  • তীব্ৰ গতিত ইটা কঢ়িয়াই নিয়া ডাম্পাৰ খনে মহতিয়াই থৈ যায়।
  • ডাম্পাৰ খনৰ নম্বৰ- AS 01 KC 2148
  • চাইকেল চলাই গৈ থাকোতে পিছফালৰ পৰা খুন্দিয়াই দিয়ে কিশোৰজনক।
জাগীৰোড