/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ceb06020-385c-47c9-8cb7-321f66c749b0/road_accident_nagaon.jpg)
Road accident
ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰহাৰ সৰাগাঁৱতত ভয়ংকৰ পথ দুৰ্ঘটনা। AS 31 B 3008 নম্বৰৰ চাৰিচকীয়া বাহন আৰু AS 02 AH 4258 নম্বৰৰ বাইকৰ মাজত সংঘৰ্ষ।
দুৰ্ঘটনাত বাইক আৰোহীজনৰ লগতে চাৰিচকীয়া বাহনত অহা এটি ১৩ মহীয়া শিশুসহ ৫ জন লোক গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত আটাইকেইজনকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।