/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a5b6d0e3-513b-4367-b944-21008e0b43bf/AP_FOR_WEB_accident.jpg)
অৰুণাচলৰ পুটিনত ৩০০ ফুট তলত পৰিল বাহনঃ ৩ আৰোহীৰ এজন নিহত...
অৰুণাচলৰ পুটিনত ভয়াৱহ পথ দুৰ্ঘটনা ৷
তিনিজন আৰোহীৰ সৈতে ৩০০ ফুট তলত পৰিল টাটা মোবাইল বাহন ৷
এই দুৰ্ঘটনাত পতিত হোৱা বাহনখনত আছিল ৩ জনকৈ লোক।
ইয়াৰে এজনৰ মৃত্যু হোৱাৰ লগতে অতি গুৰুতৰভাৱে আহত হৈছে আন দুজন।
নিহত লোকজনক আই টি বি পিৰ জোৱান।
এই জোৱানজনৰ নাম লক্ষীনন্দন দেউৰী।
লক্ষীনন্দন দেউৰীৰ ঘৰ লখিমপুৰৰ কৃষ্ণপুৰ দেউৰী গাঁৱত।