New Update
/asomiyapratidin/media/media_files/2026/01/25/699-2026-01-25-12-38-34.jpg)
- নগাঁৱৰ পুৰণিগুদাম কাষৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তীব্ৰবেগী আই-১০ বাহনে খুন্দিয়ালে এখন স্কুটীত।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটী চালকজন।
- স্কুটী চালকজন পুৰণিগুদাম পথাৰআগ চাৰিআলিৰ জগত বৈৰাগী বুলি জানিব পৰা গৈছে।
- স্কুটী চালকজনক স্থানীয় ৰাইজৰ সহযোগত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
- দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 02 M 6581 আনহাতে স্কুটীখনৰ নম্বৰ AS 02 R 4321।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us