New Update
/asomiyapratidin/media/media_files/2026/01/15/632-2026-01-15-12-45-52.jpg)
- নগাঁৱৰ পুৰণিগুদামত পুনৰ সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা।
- পুৰণিগুদাম ন-আলিমুৰত এই ঘটনা।
- পদ পথেৰে খোজকাঢ়ি আহি থকা এজন ব্যক্তিক খুন্দা মাৰিলে এখন অচিনাক্ত বাহনে।
- ঘটনাস্থলীতে নিহত হয় লোকজন।
- দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে।
- ঘটনাস্থলীত উপস্থিত হৈছে পুৰণিগুদাম আৰক্ষী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us