পৰ্বতঝোৰাৰ আংগাৰকাটাত বাইক দুৰ্ঘটনা

গুৰুতৰভাৱে আহত বাইক চালকজন। সংকট জনক অৱস্থাত DMCHলৈ প্ৰেৰণ চালকজনক।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • পৰ্বতঝোৰাৰ আংগাৰকাটাত বাইক দুৰ্ঘটনা।
  • ১৭নং ৰাষ্ট্রীয় ঘাইপথত তীব্ৰবেগী KTM বাইক এখনে নিয়ন্ত্ৰণ হেৰুৱাই মাৰে গছত খুন্দা।
  • গুৰুতৰভাৱে আহত বাইক চালকজন।
  • সংকট জনক অৱস্থাত DMCHলৈ প্ৰেৰণ চালকজনক।
  • দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-07-V-2640।
  • আহতজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই ।
  • দুৰ্ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিতহৈ তদন্ত আৰম্ভ।
পৰ্বতঝোৰা