" নাজিৰাৰ মেকিপুৰত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈ বাইক চালকৰ মৃত্যু। মৃত লোকজন প্রাক্তন সেনা জোৱান দিগন্ত মহন্ত। প্রয়াত দিগন্ত মহন্ত নাজিৰাৰ বিজেপি মণ্ডলৰ সভাপতি আছিল। লোকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। "