মঙলদৈ ৰাজঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

মঙলদৈ ৰাজঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বেলেনো বাহনে মহতিয়াই নিলে এজন পথাচাৰিক। ঘটনাস্থলীত থিতাতে নিহত হয় এজন লোক। নিহত লোকজন দৰঙৰ বানেইকুচিৰ হৰেন ডেকা বুলি চিনাক্ত

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • মঙলদৈ ৰাজঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা
  • তীব্ৰবেগী বেলেনো বাহনে মহতিয়াই নিলে এজন পথাচাৰিক
  • ঘটনাস্থলীত থিতাতে নিহত হয় এজন লোক
  • নিহত লোকজন দৰঙৰ বানেইকুচিৰ হৰেন ডেকা বুলি চিনাক্ত
  • নিহত হৰেন ডেকা গৃহৰক্ষী বিভাগত কৰ্মৰত আছিল
  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে
মঙলদৈ