New Update
/asomiyapratidin/media/media_files/2025/08/28/breaking-news-2025-08-28-23-37-06.jpg)
- পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তীব্ৰ বেগী বিলাসী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত দুই যুৱক।
- আহত যুৱক দুজন ক্ৰমে ৰূপম ক্র’ (১৬) আৰু চিংলং ৰংহাং(১৮)।
- অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি দুয়োকে লৈ যোৱা হয় খেৰণি চিকিৎসালয়লৈ।
- পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে দুয়োকে প্ৰেৰণ কৰে ডিফুলৈ।
- জানিব পৰা মতে আহত দুই যুৱকৰ ঘৰ ফেলাংপি টেৰণ গাঁৱত।
- দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS 01GE 9969।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us