জালুকবাৰীত ভয়ংকৰ দুৰ্ঘটনা

গুৱাহাটীৰ জালুকবাৰীত ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দা মটৰ চাইকেলত

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • গুৱাহাটীৰ জালুকবাৰীত ভয়ংকৰ দুৰ্ঘটনা।
  • তীব্ৰবেগী ডাম্পাৰৰ খুন্দা মটৰ চাইকেলত।
  • মহিলাৰ ওপৰেৰে পাৰ হৈ গ’ল কংক্ৰিট কঢ়িওৱা ডাম্পাৰ।
  • জালুকবাৰী উৰণ সেতুৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।
  • আমিনগাঁৱৰ পৰা আহি আছিল দুৰ্ঘটনাগ্ৰস্ত বাইকখন।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মহিলাগৰাকী।
  • যান-বাহন আৰক্ষীয়ে মহিলাগৰাকীক প্ৰেৰণ কৰে চিকিৎসালয়লৈ।
  • ৰাইজে আটক কৰি উত্তম-মধ্যম দিয়ে ডাম্পাৰ চালকক।
জালুকবাৰী