New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
- পুৱতি নিশা চাপৰত শোকাৱহ পথ দুৰ্ঘটনা।
- ১৭নং ৰাষ্ট্রীয় ঘাইপথত ট্রাক আৰু বলেৰ’ৰ মুখামুখি সংঘৰ্ষ।
- দুৰ্ঘটনাত থিতাতে নিহত বলেৰ’খনৰ চালক।
- নিহত চালকজন গোৱালপাৰাৰ দলগমাৰ ৰমজান আলী।
- সংকটজনক অৱস্থাত চিকিৎসাপলয়লৈ প্রেৰণ হেণ্ডিমেনক।
- ঘন কুঁৱলীৰ বাবেই সংঘটিত এই দুৰ্ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us