বৰঘাটতত ভয়ংকৰ পথ দুৰ্ঘটনা

স্থানীয় ৰাইজ আৰু বৰঘাট আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

author-image
Asomiya Pratidin
New Update
179
  • নগাঁও বৰঘাটতত ভয়ংকৰ পথ দুৰ্ঘটনা ।
  • যাত্ৰীবাহী গড়ী বাগৰি পৰিল পথৰ কাষত। 
  • দ্ৰুতগতিত অহা আৰ্বানিয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰা ফলত গুৰুতৰভাৱে আহত হয় ১১ জন যাত্ৰী ।
  • ‍AS01SC 4640 নম্বৰৰ বাহনখনে গুৱাহাটীৰ পৰা মাজুলীলৈ এটা ভ্ৰমণকাৰী দল আনি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।
  • নগাঁও বৰঘাটৰ বাইপাছৰ ওচৰতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে বাহনখন। 
  • স্থানীয় ৰাইজ আৰু বৰঘাট আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
নগাঁও