বিহপুৰীয়াৰ কাছিকতাত পথ দুৰ্ঘটনা

দুৰ্ঘটনাত নিহত স্থানীয় ৰাজবাৰীৰ অলকেশ শইকীয়া(৭) নামৰ এটি শিশু ৷  মাতৃ নিতুমনী দত্ত শইকীয়াৰ সৈতে AS 07Z 7660 নম্বৰৰ স্কুটিৰে গৈ থকা অৱস্থাত দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
176
  • বিহপুৰীয়াৰ কাছিকতাত পথ দুৰ্ঘটনা ৷
  • দুৰ্ঘটনাত নিহত স্থানীয় ৰাজবাৰীৰ অলকেশ শইকীয়া(৭) নামৰ এটি শিশু ৷ 
  • মাতৃ নিতুমনী দত্ত শইকীয়াৰ সৈতে AS 07Z 7660 নম্বৰৰ স্কুটিৰে গৈ থকা অৱস্থাত দুৰ্ঘটনা।
  • বিহপুৰীয়া পৰা নাৰায়ণপুৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা।
  • একে দিশেৰে যোৱা AS 01 LC 6184 নম্বৰৰ ট্ৰাকৰ লগত খুন্দা লগাত গুৰুতৰভাৱে আহত হয় মাতৃ-পুত্ৰ ৷
  • পৰবৰ্তী সময়ত LMCHত মৃত্যুক সাৱটি লয় শিশুটিয়ে ৷  
  • শিশুটিৰ পিতৃৰ নাম কমল শইকীয়া ৷
বিহপুৰীয়া