বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা

ফলত বাইক আৰোহীগৰাকী থিতাতে নিহত। মৃহদেহটো পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

author-image
Asomiya Pratidin
New Update
675
  • বজালীৰ ফিঙুৱা কাহাৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • অচিনাক্ত বাহনে মহিতয়াই নিয়ে বাইক আৰোহীক।
  • ফলত বাইক আৰোহীগৰাকী থিতাতে নিহত।
  • মৃহদেহটো পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।
  • নিহত ব্যক্তিগৰাকীৰ নাম পুলক মেধি(৫২) বুলি জানিব পৰা গৈছে।
  • ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
  • নিহত পুলক মেধী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পাঠশালা আঞ্চলিক সমিতিৰ সদস্য। 
  • পুলক মেধীৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোক প্ৰকাশ।
বজালী