New Update
/asomiyapratidin/media/media_files/2025/10/19/breaking-news-2025-10-19-21-56-11.jpg)
- নগাঁৱৰ বঢ়মপুৰত ভয়ংকৰ দুৰ্ঘটনা।
- তীব্ৰবেগী মটৰচাইকেলে জিৰণি চ'ৰাত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় পথ দুৰ্ঘটনাটো।
- AS02A8281নম্বৰৰ এখন মটৰ চাইকেলত আহিছিল এজন আৰোহী।
- গুৰুতৰভাৱে আহত জলাহ গাঁৱৰ লীলাধৰ শইকীয়াক নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ।
- ঘটনাস্থলীত উপস্থিত নগাঁৱৰ যান-বাহন আৰক্ষী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us