গুৱাহাটীৰ দক্ষিণগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

মহানগৰীৰ দক্ষিণগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী ছুইফট ডিজায়ৰ বাহনৰ খুন্দা বিদ্যুতৰ খুঁটাত। অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • মহানগৰীৰ দক্ষিণগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
  • তীব্রবেগী ছুইফট ডিজায়ৰ বাহনৰ খুন্দা বিদ্যুতৰ খুঁটাত
  • অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ
  • দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন চালকৰ
  • দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS-01 SC 4857
  • কাহিলিপাৰাৰ পৰা সাউকুছি দিশে গৈ আছিল বাহনখন
  • ৰাজপথৰ পৰা ফুটপাতৰ ওপৰত উঠে বাহনখন
গুৱাহাটী