/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/41f5a1fb-43c6-48ff-9b37-d7f1a88ba0b3/16.jpg)
-
পুনৰ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
-
জু-ৰোডৰ উৰণ সেতুত অচিনাক্ত বাহনে মহটিয়াই নিলে স্কুটাৰসহ আৰোহীক।
-
খুন্দা মাৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখন।
-
সংকটজনক অৱস্থাত দুই স্কুটাৰ আৰোহীকে GMCHত ভৰ্তি কৰোৱা হয়।
-
স্কুটাৰখনৰ নম্বৰ AS-01 EZ 9657।
-
এম্বুলেন্স খবৰ দিয়া হৈছিল যদিও বহু সময়লৈ উপস্থিত নোহোৱাত প্রত্যক্ষদৰ্শীয়ে নিজৰ বাহনেৰে আহত ২জনক GMCHলৈ লৈ যায় ।