তিতাবৰত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

নিশা তিতাবৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ,গুৰুত্বৰ ভাৱে আহত হয় এজন। তিতাবৰৰ ধোদৰ আলিৰ আমগুৰিখাটত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

author-image
Asomiya Pratidin
New Update
 শোকাৱহ পথ দুৰ্ঘটনা

শোকাৱহ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, তিতাবৰ: নিশা তিতাবৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন,গুৰুত্বৰ ভাৱে আহত হয় এজন। তিতাবৰৰ ধোদৰ আলিৰ আমগুৰিখাটত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

Advertisment

তিতাবৰ বিৰিণাশায়েক পৰা তিতাবৰৰ নগৰৰ দিশে গৈ থকা এএছ০৫ডি৪৬০৬ নম্বৰৰ চিটি ১০০ বাহন দুৰ্ঘটনাত পতিত হয়। নিৰ্মীয়মান কালভাৰত সোমাই পৰি থিতাতে নিহত হয় অনুপম বৰা নামৰ এজন যুৱক আৰু আহত হয় পুলক কলিতা নামৰ এজন যুৱক। উল্লেখযোগ্য যে, বৰ্তমান ধোদৰ আলি নিৰ্মাণৰ কাম চলি আছে আৰু ঠিকাদাৰৰ গাফিলটি ফলতে দুৰ্ঘটনা সংঘটিত হোৱা সন্দেহ কৰিছে স্থানীয় ৰাইজে।। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

তিতাবৰ পথ দুৰ্ঘটনা দুৰ্ঘটনা