তেজপুৰৰ দোলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজন নিহত...

road accident
road accidentroad accident
  • তেজপুৰৰ দোলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নগাঁও দিশে গৈ থকা বাইকত পিছফালৰ পৰা খুন্দা ট্রাকৰ।

  • দুৰ্ঘটনাত নিহত এজন।

  • আনহাতে আহত হৈছে এজন বাইক আৰোহী।

  • নিহত লোকজনৰ নাম জাকিৰ হুছেইন।

  • আহত লোকজনৰ নাম চফিকুল ইছলাম।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in