New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
তেজপুৰৰ দোলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
নগাঁও দিশে গৈ থকা বাইকত পিছফালৰ পৰা খুন্দা ট্রাকৰ।
দুৰ্ঘটনাত নিহত এজন।
আনহাতে আহত হৈছে এজন বাইক আৰোহী।
নিহত লোকজনৰ নাম জাকিৰ হুছেইন।
আহত লোকজনৰ নাম চফিকুল ইছলাম।
road accident road accident
তেজপুৰৰ দোলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
নগাঁও দিশে গৈ থকা বাইকত পিছফালৰ পৰা খুন্দা ট্রাকৰ।
দুৰ্ঘটনাত নিহত এজন।
আনহাতে আহত হৈছে এজন বাইক আৰোহী।
নিহত লোকজনৰ নাম জাকিৰ হুছেইন।
আহত লোকজনৰ নাম চফিকুল ইছলাম।