/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/25dc0094-98f3-4bc8-b6c1-5b1f05518db3/accident.jpg)
ৰাজপথত বোকা পৰি থকাই হ'ল কাল ! দুৰ্ঘটনাত ১ জন নিহত, ১০ জন আহত...
-
নিশা পাঠশালাত ৩১ নংৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
-
দুৰ্ঘটনাত পতিত তিনিখনকৈ বাহন।
-
দুৰ্ঘটনাত এজন নিহত, দহ গৰাকী লোক গুৰুতৰভাৱে আহত।
-
ৰাষ্ট্রীয় ঘাইপথত বোকা পৰি থকাৰ বাবে সংঘটিত এই দুৰ্ঘটনা।
-
নিহত পাটাছাৰকুছিৰ বাইক আৰোহী অভিজিত সৰকাৰ।
-
আহত আটাইকেইজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ