New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
- নলবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। 
- এখন বাইকৰ খুন্দাত থিতাতে নিহত হৈছে পথচাৰী। 
- দুৰ্ঘটনাত নিহত লোকজনৰ নাম পবিত্র তালুকদাৰ। 
- এই দুৰ্ঘটনাত আহত হৈছে আন দুজন পথচাৰী। 
- দুৰ্ঘটনাত আহত হৈছে বাইক চালকজনো। 
- আহত বাইক চালকজনৰ নাম ধ্রুৱজ্যোতি বৰ্মন। 
- আনহাতে আহত আন দুজন পথচাৰী কিশোৰ তালুকদাৰ আৰু নগেন চৌধুৰী। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us