/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cbddc9ae-626a-4a3b-8601-888457468c10/3.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ঘূৰ্ণী বতাহ ৰীমালৰ প্ৰভাৱ। মৰিগাওঁ জিলাত বতাহ বৰষুণৰ মাজতেই সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। কলেজলৈ গৈ থকা অৱস্থাত প্ৰকাণ্ড গছ পৰি মৃত্যু হয় হয় এজন ছাত্ৰৰ।
মৰিগাঁৱৰ দীঘলবড়ীত চলন্ত অট’ এখনৰ ওপৰত গছডাল বাগৰি পৰাৰ ফলত মৰিগাঁও গুৰুকুল জুনিয়ৰ কলেজৰ ছাত্ৰ তথা ধূপগুৰি গাৱঁৰ কৌশিক আম্ফি কলেজলৈ গৈ থকা অৱস্থাতে থিতাতে নিহত হয় ৷ অট'খনত থকা ববী পাটৰ নামৰ শিক্ষয়ত্ৰীগৰাকী গুৰুতভাৱে আঘাতপ্ৰাপ্ত হৈছে।
Also Read: দিল্লীৰ বিমান বন্দৰত চাঞ্চল্য! দিল্লীৰ পৰা বাৰানসীৰ অভিমুখী ইণ্ডিগ’ৰ বিমানত বোমাতংক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us