New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/cba6a9fe-8335-4a28-b4ca-1f5c5785983d/agrani.jpg)
MANGALDOI
-
মঙলদৈত ট্রাক আৰু নৈশ বাছৰ মুখামুখি সংঘৰ্ষ।
-
গুৰুতৰভাৱে আহত কেইবাজনো যাত্রী।
-
দুজনক সংকটজনক অৱস্থাত GMCHলৈ প্রেৰণ।
-
গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল বাছখন।
-
বাছখনৰ নম্বৰ- AS01 DD 8746।