/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
dangor khabar
-
কলিয়াবৰৰ মিছা-ৰৌমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
ডাম্পাৰ আৰু বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ।
-
থিতাতে নিহত বলেৰ’খনৰ চালক।
-
নিহত চালকজন কলিয়াবৰৰ দলগাঁৱৰ বিতু আহমেদ বুলি চিনাক্ত।
-
গাড়ীৰ ভিতৰত আবদ্ধ চালকজনৰ মৃতদেহ।
-
বলেৰ’খনৰ আন দুজন আৰোহীও গুৰুতৰভাৱে আহত।
-
আহত দুজনক জখলাবন্ধা চিকিৎসালয়লৈ প্রেৰণ।
-
দুৰ্ঘটনাগ্রস্ত বলেৰ’খনৰ নম্বৰ AS-02 CC 7331।