/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9c412c65-446a-4d95-817c-b26201122f85/koliabor_26.jpg)
কলিয়াবৰৰ বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা...
ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰৰ বুঢ়াপাহাৰত সোমবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে সেনাবাহিনীৰ বাহনত এখন ক্ৰেটা বাহনৰ প্ৰচণ্ড খুন্দাৰ ফলত ক্ৰেটা বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধস্ত হয়।
এ এছ ০৬ এ বি ২৫৮৮ নম্বৰৰ ক্ৰেটা বাহনখনৰ চালকজনৰ এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে । আহত দুই আৰোহীক পাছত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ক্লিক কৰি পঢ়কঃ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি, সম্পাদকৰ বিৰুদ্ধে বৃহৎ টকাৰ কেলেংকাৰিৰ অভিযোগ...