কলিয়াবৰৰ বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা...

কলিয়াবৰৰ বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা...
কলিয়াবৰৰ বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰৰ বুঢ়াপাহাৰত সোমবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে সেনাবাহিনীৰ বাহনত এখন ক্ৰেটা বাহনৰ প্ৰচণ্ড খুন্দাৰ ফলত ক্ৰেটা বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধস্ত হয়।

এ এছ ০৬ এ বি ২৫৮৮ নম্বৰৰ ক্ৰেটা বাহনখনৰ চালকজনৰ এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে । আহত দুই আৰোহীক পাছত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in