কামৰূপত ডাম্পাৰৰ উপদ্ৰপঃ থিতাতে নিহত টেম্পু চালক

কামৰূপত ডাম্পাৰৰ উপদ্ৰপঃ থিতাতে নিহত টেম্পু চালক

  • কামৰূপৰ বিহদিয়াত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।

  • ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় টেম্পু চালকৰ।

  • এ এছ২৫এফচি১৭৬১ নম্বৰৰ ডাম্পাৰে বিপৰীতমুখী এ এছ০১এফচি১২৫৭ নম্বৰৰ বাহনখনক প্ৰচণ্ড জোৰে খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

  • চালক জন নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

  • আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কামৰূপত ডাম্পাৰৰ উপদ্ৰপঃ থিতাতে নিহত টেম্পু চালক
ঢেকীয়াজুলি শিক্ষাখণ্ডৰ শিক্ষক আৰু বিষয়া কৰ্মচাৰীৰ উদ্যোগত বসন্ত উৎসৱ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in