/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/16a802f4-a990-4683-b942-5b86771462a0/4.jpg)
কামৰূপৰ বিহদিয়াত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।
ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় টেম্পু চালকৰ।
এ এছ২৫এফচি১৭৬১ নম্বৰৰ ডাম্পাৰে বিপৰীতমুখী এ এছ০১এফচি১২৫৭ নম্বৰৰ বাহনখনক প্ৰচণ্ড জোৰে খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
চালক জন নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Also Read: ঢেকীয়াজুলি শিক্ষাখণ্ডৰ শিক্ষক আৰু বিষয়া কৰ্মচাৰীৰ উদ্যোগত বসন্ত উৎসৱ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us