জামুগুৰিহাটৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত এজন

জামুগুৰিহাটৰ চকীঘাটৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী। নিহত যুৱকজন দুই নং গটাইমাৰীৰ মিৰাজুল আলি (২০)।

author-image
Asomiya Pratidin
New Update
new ap web 4 (11)
  • জামুগুৰিহাটৰ চকীঘাটৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
  • তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী
  • নিহত যুৱকজন দুই নং গটাইমাৰীৰ মিৰাজুল আলি (২০)
  • দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগত গাড়ী চলাই পলায়ন কৰে ডাম্পাৰ চালকে
  • দুৰ্ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া
  • যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
জামুগুৰিহাট