/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
dangor khabar
গোঁসাইগাৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
গোঁসাইগাঁৱৰ কচুগাঁৱত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
ট্ৰাক আৰু তেল পৰিবাহী টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
ৰাজপথৰ মাজতে বাগৰি পৰিল তেল পৰিবাহী টেংকাৰখন।
টেংকাৰখনৰ পৰা ৰাজপথত বিয়পি পৰিছে তেল।
দুৰ্ঘটনাগ্ৰস্থ টেংকাৰখনৰ পৰা তেল সংগ্ৰহ কৰিবলৈ স্থানীয় লোকৰ ভৰি।
যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা আশংকা।
দুৰ্ঘটনা ফলৰ ৰাজপথত আৱদ্ধ অন্যান্য যানবাহন।