/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/20fb2ad1-3c4b-41f4-b96d-b10cafd84aaf/3.jpg)
-
গহপুৰ বড়িগাঁৱ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
-
দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।
-
AS01 JC 5781 নম্বৰৰ গেছ টেংকাৰ আৰু AS13 AC 2675 নম্বৰৰ ব'লেৰ পিকা ভানৰ মাজত মুখামুখি সংৰ্ঘষ।
-
দুৰ্ঘটনাটোত থিতাতে নিহত ব'লেৰ পিকআপখনৰ চালকজন।
-
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়।
-
উল্লেখ্য যে ব'লেৰ পিকা আপ বাহনখনত শাক পাছলি ভৰ্তি আছিল।