ঢেকীয়াজুলিৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল শোণিতপুৰত। জিলাখনৰ ঢেকীয়াজুলিৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনাটোত অনিৰ্বান শইকীয়া নামৰ এজন লোক থিতাতে নিহত হৈছে।

Advertisment

এখন স্কুটি আৰু মেজিকৰ মাজত সংঘৰ্ষ হোৱাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত অনিৰ্বান শইকীয়া বৰছলা হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। তেওঁৰ ঘৰত তেজপুৰৰ মাজগাঁৱত।

assam sonitpur tezpur dhekiajuli