নুমলীগড়ৰ বিষ্ণুপুৰ তিনিআলিত ভয়ংকৰ দুৰ্ঘটনাঃ এজনে হেৰুৱালে প্ৰাণ

নুমলীগড়ৰ বিষ্ণুপুৰ তিনিআলিত ভয়ংকৰ দুৰ্ঘটনা। নিশা তীব্র বেগী ট্রাকে খুন্দিয়ালে দুই বাইক আৰোহীক। চিকিৎসা়লয়লৈ নিয়াৰ পথত মৃত্যু আৰজু তকবি নামৰ এজন যুৱকৰ।

author-image
Tushar Pratim
New Update
নুমলীগড়ৰ বিষ্ণুপুৰ তিনিআলিত ভয়ংকৰ দুৰ্ঘটনাঃ এজনে হেৰুৱালে প্ৰাণ
  • নুমলীগড়ৰ বিষ্ণুপুৰ তিনিআলিত ভয়ংকৰ দুৰ্ঘটনা।
  • নিশা তীব্র বেগী ট্রাকে খুন্দিয়ালে দুই বাইক আৰোহীক।
    চিকিৎসা়লয়লৈ নিয়াৰ পথত মৃত্যু আৰজু তকবি নামৰ এজন যুৱকৰ।
  • গুৰুতৰভাৱে আহত সোণ তকবি।
  • নুমলীগড় শোধনাগাৰত কৰ্মৰত আছিল দুয়োজন যুৱক।
  • কামৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত এই দুৰ্ঘটনা। 
দুৰ্ঘটনা পথ দুৰ্ঘটনা নুমলীগড়