New Update
/asomiyapratidin/media/media_files/2025/04/11/txQbRagaaFhNoGvTQfxs.jpg)
- আম আদমী পাৰ্টিৰ পৰা পদত্যাগ ঋষিৰাজ কৌণ্ডিল্যৰ
- ৰাজ্যিক উপ-সভাপতিৰ লগতে দলৰ সকলো দায়িত্বৰ পৰা পদত্যাগ
- আপৰ প্রাথমিক সদস্য পদো ত্যাগ ঋষিৰাজ কৌণ্ডিল্যৰ
- আপ অসমৰ ভাৰপ্রাপ্ত সভাপতিলৈ পদত্যাগ পত্র প্রেৰণ ঋষিৰাজ কৌণ্ডিল্যৰ
- উল্লেখ্য যে, যোৱা লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা আপৰ হৈ টিকট লাভ কৰিছিল কৌণ্ডিল্যই।
- বিগত বহুকেইমান ধৰি দলীয় কাম-কাজৰ পৰা নিজকে আঁতৰাই ৰাখিছিল তেওঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us