ৱৰ্ল্ড পুলিচ মীটত ৰিম্পী বুঢ়াগোহাঁইৰ দ্বিতীয়টো সোণৰ পদক

ৱৰ্ল্ড পুলিচ মীটত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হল অসমৰ এথলেট ৰিম্পী বুঢ়াগোহাঁই। লং জাম্পৰ পাছত ত্ৰিপল জাম্পটো  ৰিম্পীয়ে আজুৰিলে সোণৰ পদক।

author-image
Asomiya Pratidin
New Update
bbvbvb

ডিজিটেল ডেস্কঃ ৱৰ্ল্ড পুলিচ মীটত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হল অসমৰ খেলুৱৈ ৰিম্পী বুঢ়াগোহাঁই। লং জাম্পৰ পাছত ত্ৰিপল জাম্পটো ৰিম্পীয়ে আজুৰিলে সোণৰ পদক।

Advertisment

উল্লেখযোগ্য যে, আমেৰিকাৰ আলাবামাৰ বাৰ্মিংহামত ২৭ জুনৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হৈছে ৱৰ্ল্ড পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপ। অসম ৰাইফলছৰ হৈৱৰ্ল্ড পুলিছ মীটত নামিছিল ৰিম্পীয়ে।

 

WhatsApp Image 2025-07-03 at 11.08.32 PM
ৰিম্পী বুঢ়াগোহাঁই

 

 ইয়াৰ পূৰ্বে সৰ্ব ভাৰতীয় পুলিছ এথলেটিকছ চেম্পিয়নশ্বিপত লং জাম্পত ৬.৩৪মিটাৰ প্ৰদৰ্শনৰে সোণৰ পদক লাভ কৰি ৰেকৰ্ড গঢ়িছিল খেলুৱৈ গৰাকীয়ে।

অসম ৰাইফলছ ৰিম্পী বুঢ়াগোহাঁই