হোজাই আৰক্ষীৰ জালত ৰিয়াজ হুছেইন...

হোজাই আৰক্ষীৰ জালত ৰিয়াজ হুছেইন...

ডিজিটেল সংবাদ, হোজাইঃ হোজাই আৰক্ষীৰ জালত পৰিলে ৰিয়াজ হুছেইন। বৰ্তমান লংকাৰ আৰক্ষীৰ জিম্মাত আছে ৰিয়াজ। বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ হাটীগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে ৰিয়াজ হুছেইনক।

ৰিয়াজ হুছেইনৰ বিৰুদ্ধে, ড্ৰাগছ, অস্ত্ৰ সৰবৰাহকে আদি কৰি, মহিলাৰ লগত ৰাজহুৱা স্থানত অশ্লীল কৰ্মকাণ্ডৰ বাতৰি প্ৰতিদিন টাইমত প্ৰকাশ পোৱাৰ পাছতেই বৃৃহস্পতিবাৰে নিশা হোজাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ, পল্লৱ তামুলীৰ নেতৃত্বত হোজাই আৰক্ষীয়ে আটক কৰে। ৰিয়াজ হুছেইনক গ্ৰেপ্তাৰৰ সম্পৰ্কত হোজাই আৰক্ষীয়ে তদন্ত চলি থকাৰ কথা ব্যক্ত কৰে।

হোজাই আৰক্ষীৰ জালত ৰিয়াজ হুছেইন...
ৰাজ্যবাসীক দুৰ্যোগত এৰি থৈ প্ৰমোদ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা: আপ, অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in