পবিতৰাৰ গঁড়ৰ আক্ৰমণত আহত কৃষক........

বৰ্তমান ব্যক্তিগৰাকী ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন। পবিতৰাৰ পৰা ওলাই অহা গড়ে আক্ৰমণ কৰিছিল লোকজনক।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ মায়ঙৰ ঝাৰগাঁও খাৰতলা বৰীৰ এজন লোক গঁড়ৰ আক্ৰমণত আহত হয় । আহত লোকজন পেছাত এজন খেতিয়ক। আহত কৃষক জনৰ নাম কৃষ্ণ দাস (৫২)।

বৰ্তমান ব্যক্তিগৰাকী ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন। পবিতৰাৰ পৰা ওলাই অহা গঁড়ে আক্ৰমণ কৰিছিল লোকজনক।

ঘৰৰ পৰা সামান্য দূৰৰ পথাৰত কাম কৰি থাকোতেই অকস্মাত তিনিটা গঁড়ৰ সন্মুখত পৰে কৃষ্ণ দাস । তেনেতে এটা গঁড়ে হঠাতে আক্ৰমণ কৰে দাসক ।

গঁড়