New Update
/asomiyapratidin/media/media_files/2025/07/11/whatsapp-image-2025-07-11-21-55-13.jpeg)
- ওদালগুৰি জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
- বন্ধ হৈ থকা অনুজ্ঞাপত্র থকা শিল-বালি মহল পুনৰ খোলাৰ নিৰ্দেশনা
- ২৭ জানুৱাৰীৰ পৰা বন্ধ হৈ আছিল শিল-বালি মহলসমূহ
- ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণৰ গোচৰৰ ভিত্তিত বন্ধৰ নিৰ্দেশ দিছিল আয়ুক্তই
- SEAC, SEIAAৰ বৈঠকত হোৱা পৰামৰ্শ মৰ্মে ডিএছআৰৰ অনুমোদনৰ সিদ্ধান্ত
- এনজিটিৰ নিৰ্দেশনাৰ প্রতি লক্ষ্য ৰাখি মহলসমূহ খোলাৰ নিৰ্দেশ প্রশাসনৰ