ৰৈ ৰৈ বিনালে সন্দৰ্ভত আছুৰ সভাপতিৰ প্ৰতিক্ৰিয়া

সভাপতিগৰাকীয়ে চৰকাৰী প্ৰশাসনক ৰৈ ৰৈ বিনালে বোলছবি পাইৰেচী কৰা সকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনায় ৷

author-image
Asomiya Pratidin
New Update
104

ডিজিটেল সংবাদ, মঙলদৈ : সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই শনিবাৰে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ সভাপতিগৰাকীয়ে মঙলদৈত দৰং জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰ কোনো ব্যক্তিকে পাইৰেচী নকৰিবলৈ আহ্বান জনায় ৷

সভাপতিগৰাকীয়ে চৰকাৰী প্ৰশাসনক ৰৈ ৰৈ বিনালে বোলছবি পাইৰেচী কৰা সকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনায় ৷

ৰৈ ৰৈ বিনালে