মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বেই পুনৰ গ্রেপ্তাৰ চিন্ময় লহকৰক

মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বেই পুনৰ গ্রেপ্তাৰ চিন্ময় লহকৰক। জু-ৰোডৰ গ্রেনেড বিস্ফোৰণ গোচৰত অভিযুক্ত আছিল চিন্ময়।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...
  • মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বেই পুনৰ গ্রেপ্তাৰ চিন্ময় লহকৰক।
  • জু-ৰোডৰ গ্রেনেড বিস্ফোৰণ গোচৰত অভিযুক্ত আছিল চিন্ময়।
  • ৬ বছৰ ধৰি কাৰাগাৰত আছিল চিন্ময় লহকৰ।
  • কাৰাগাৰৰ পৰা ওলোৱাৰ লগে লগে গ্রেপ্তাৰ ওদালগুৰি আৰক্ষীৰ।
  • একেটা গোচৰতে জে’লত আছে জাহ্নৱী শইকীয়া।
  • বৰ্তমানো জে’লত প্রাণময় ৰাজগুৰু আৰু বিজয় অসম।
Assam police