New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।
ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড।
৪ লাখৰ উৰ্দ্ধত বাৰ্ষিক আয় থকা পৰিয়ালৰ বাতিল হ'ব ৰেচন কাৰ্ড।
পৰিয়ালত চাকৰিয়াল থাকিলেও বাতিল হ'ব ৰেচন কাৰ্ড ।
৪ লাখৰ বাৰ্ষিক আয়ৰ উৰ্দ্ধৰ লোকক নিজ ইচ্ছাৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান।
নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰো বাতিল হ'ব ৰেচন কাৰ্ড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us