/asomiyapratidin/media/media_files/2024/12/15/o55Nny9wG0huPqyyW6bx.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাত ৰেচন কাৰ্ড বিতৰণৰ শুভ উদ্ধোধন অনুষ্ঠান অনুষ্ঠিত হয় । গহপুৰ সমজিলাত হিতাধিকাৰীৰ সংখ্যা ২২ হাজাৰ ২০৮।
গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু গহপুৰ সমজিলা আয়ুক্ত লুকুমনি বড়াৰ উপস্থিতিত এই ৰেচন কাৰ্ড সমূহ হিতাধিকাৰী সকলক বিতৰণ কৰা হয় ।
ৰেচন কাৰ্ড লাভ কৰি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াল সমূহ উপকৃত হোৱা বুলি উল্লেখ কৰে উপস্থিত সকলোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us