৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰণ্টু পানীফুকনক

তন্ময় চেতিয়া আৰু উৎপল দত্তকো আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিওকে ইফালে তিনিচুকীয়া জিলাৰ বীৰ লাচিত সেনাৰ মুখ্য সচিবকো আটক 

author-image
Asomiya Pratidin
New Update
1
  • বীৰ লাচিত সেনাৰ মুখ্য সচিবসহ ৩ জনক আৰক্ষীৰ জিম্মালৈ
  • ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰণ্টু পানীফুকনক
  • লগতে তন্ময় চেতিয়া আৰু উৎপল দত্তকো আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
  • সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিওকে
  • ইফালে তিনিচুকীয়া জিলাৰ বীৰ লাচিত সেনাৰ মুখ্য সচিবকো আটক 
  • আটক বীৰ লাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈক
  • বৰ্তমানলৈ আটক কৰাৰ কাৰণ জনোৱা নাই আৰক্ষীয়ে
বীৰ লাচিত সেনা