প্ৰকাশ পালে কবি ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাস

প্ৰকাশ পালে কবি ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাস । প্ৰেম-ভালপোৱাৰ ভাললগা কাহিনীৰে সংপৃক্ত 'প্ৰেমৰ ঘৰ' প্ৰকাশ।

author-image
Asomiya Pratidin
New Update
78
  • প্ৰকাশ পালে কবি ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাস ।
  • প্ৰেম-ভালপোৱাৰ ভাললগা কাহিনীৰে সংপৃক্ত 'প্ৰেমৰ ঘৰ' প্ৰকাশ।
  • উপন্যাসখনত আছে মন চুই যোৱা ২০ টা খণ্ড।
  • পানবজাৰৰ আগশাৰীৰ প্ৰকাশনগোষ্ঠী ৰেখা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে 'প্ৰেমৰ ঘৰ'।
  • উপন্যাসখন পঢ়ুৱৈ আদৰি ল'ব বুলি আশা প্ৰকাশ লেখক ৰঞ্জিত পাটগিৰিৰ।
  • এতিয়াৰে পৰা গ্ৰন্থমেলাসমূহত উপলব্ধ 'প্ৰেমৰ ঘৰ'।
উপন্যাস