পুখুৰীৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ...

স্থানীয় যুৱকৰ সৈতে পুখুৰীত গা ধুই থকা অৱস্থাত সন্ধানহীন হৈ পৰিছিল মিন্টু । ৰাইজে বহুবাৰ উদ্ধাৰ অভিযান চলাই যদিও যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহয়।

author-image
Asomiya Pratidin
New Update
১১
  • ৰঙিয়াৰ বালিসত্ৰত অঘটন।
  • আবেলি পুখুৰীত গা ধুই থাকোতে সন্ধানহীন এজন যুৱক।
  • যুৱকজন ৩০ বছৰীয়া মিন্টু নমঃসুদ্ৰ। 
  • স্থানীয় যুৱকৰ সৈতে গা ধুবলৈ গৈছিল মিন্টু। 
  • এচডিআৰএফ ৰ সহযোগত যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ।
ৰঙিয়া