ৰঙিয়াৰ আঠগাঁৱত উদুলি-মুদুলি পৰিৱেশ

 এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈছে ৰঙিয়াৰ আঠগাঁৱত। গোপাল মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গাওঁখনত দেখা গৈছে উদুলি-মুদুলি পৰিৱেশ। 

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ  এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈছে ৰঙিয়াৰ আঠগাঁৱত। গোপাল মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গাওঁখনত দেখা গৈছে উদুলি-মুদুলি পৰিৱেশ। 

গোপাল মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰাৰ উদ্ধোধন কৰে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ উপ সভাপতি নিবাৰণ লহকৰে। ইপিনে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিশাৰ ভাগত সাংস্কৃতিক কাৰ্য্যসূচীও ৰূপায়ন কৰা হ'ব বুলি জানিব পৰা গৈছে।

ৰঙিয়া