যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণৰ দাবীৰে ৰঙাপৰাত ৰাজপথ অৱৰোধ

বাছৰ খুন্দাত গুৰুতৰ ভাবে আহত হয় নগাপথাৰ ইংৰাজী বিদ্যালয়ৰ কণমানি ছাত্ৰী বিৰানাক পাইক। ইয়াৰ পাছতে ৰাইজ ক্ষুব্ধ হৈ পৰি ৰঙাপৰা-বিন্দুকুৰি-তেজপুৰ সংযোগী পথৰ নগাপথাৰত গতিৰোধ ব্যৱস্থা কৰাৰ দাবী জনায়৷

author-image
Asomiya Pratidin
New Update
1protest 1
  • ৰঙাপৰাৰ চেঁচাত পথ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ ৷
  • ৰঙাপৰা-বিন্দুকুৰি-তেজপুৰ সংযোগী পথ অৱৰোধ স্থানীয় ৰাইজৰ।
  • পথচোৱাত প্ৰতিদিনে সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বাছৰ খুন্দাত গুৰুতৰভাবে আহত নগাপথাৰ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী বিৰানাক পাইক ৷ 
  • নগাপথাৰত গতিৰোধ ব্যৱস্থা কৰাৰ দাবী ক্ষুব্ধ ৰাইজৰ।
  • যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ কৰাৰ দাবীৰে ৰাজপথ অৱৰোধ প্ৰতিবাদী ৰাইজৰ।
পথ অৱৰোধ